তাজমহল নামটো ৰখাৰ পূৰ্বে ইয়াৰ আছিল আন এটা নাম

কোনে নিৰ্মাণ কৰিছিল তাজমহল ?

মোগল সম্ৰাট শ্বাহজাহানে নিজৰ প্ৰিয় পত্নী মুমতাজ মহলৰ বাবে নিৰ্মাণ কৰিছিল এই তাজমহল

আগতে ইয়াৰ নাম আন এটাহে আছিল  

আপুনি জানেনে তাজমহলৰ এই পুৰণি নামটো কি আছিল ?

সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্তৰ্ভুক্ত এই তাজমহল

পৃথিৱীৰ সাতটা আশ্চৰ্য্যৰ এটা হৈছে আগ্ৰাত অৱস্থিত এই তাজমহল । তাজমহলক প্ৰেমৰ প্ৰতীক বুলিও কোৱা হয়।

ইয়াত কাক সমাধিস্থ কৰা হৈছে ?

সম্ৰাট শ্বাহজাহানে পত্নীৰ শেষ ইচ্ছা পূৰণৰ বাবে ইয়াক নিৰ্মাণ কৰিছিল। তাজমহলত মুমতাজ মহলক সমাধিস্থ কৰা হৈছে ।

কি আছিল তাজমহলৰ পুৰণি নামটো ?

যেতিয়া তাজমহলত মুমতাজ মহলক সমাধিস্থ কৰা হৈছিল, তেতিয়া ইয়াৰ নাম আছিল ৰৌজা-এ-মুনাওৱাৰা-এ-মুনাৱাৰা