প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন

আজি সমগ্ৰ দেশজুৰি উদযাপন হৈছে পোহৰৰ উৎসৱ দীপাৱলী

দীপাৱলী উপলক্ষে হিমাচলৰ লেপচাত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দেশৰ নিৰাপত্তাৰ বাবে এই অঞ্চলটো খুৱেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়চোৱাত অঞ্চলটোত কৰা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা

প্ৰতি বছৰে তেওঁ সীমান্তলৈ গৈ একেলগে দীপাৱলী উদযাপনেৰে জোৱানসকলৰ মনোবল বৃদ্ধি কৰে

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে জোৱানসকলৰে বাৰ্তালাপত মিলিত হৈ তেওঁলোকৰ অৱস্থাৰো পৰ্যালোচনা কৰে

নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে এই ভ্ৰমণৰ বহুকেইখন ছবি

টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীকো জনালে দীপাৱলীৰ শুভেচ্ছা