Earthquake in Delhi-NCR: দিল্লী-এন চি আৰত তীব্ৰ প্ৰাবল্যৰে ভূমিকম্পৰ জোকাৰণি

দিল্লী- এন চি আৰত ভয়াৱহ ভূমিকম্পৰ জোকাৰণি (Earthquake in Delhi-NCR) । ৰিখতাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৬.৪ । নয়দা, গাজিয়াবাদতো ভূমিকম্পৰ জোকাৰণি অনুভূত ।

6 point 4 magnitude earthquake jolts Delhi NCR
Earthquake in Delhi-NCR: দিল্লী- এন চি আৰত ভয়াৱহ ভূমিকম্পৰ জোকাৰণি

দিল্লী- এন চি আৰত তীব্ৰ প্ৰাবল্যৰে ভূমিকম্পৰ জোকাৰণি (Earthquake in Delhi-NCR)

ৰিখতাৰ স্কেলত এই ভূমিকম্পৰ মাত্ৰা ৬.৪ বুলি দানিব পৰা গৈছে ।

নয়দা, গাজিয়াবাদতো অনুভূত হ’ল ভূমিকম্পৰ জোকাৰণি

ফৰিদাবাদতো অনুভূত হ’ল ভূমিকম্পৰ জোকাৰণি

এই ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যও

বহু সময়লৈলৈকে অনুভূত হৈ আছিল ভূমিকম্পৰ জোকাৰণি

এই ভূমিকম্পৰ পাছতো আহিল বহুকেইটা সৰু ভূমিকম্প

সকলো বাহিৰলৈ ওলাই আহি অৱস্থান কৰিলে নিৰাপদ স্থানত

ভূমিকম্পৰ অভিকেন্দ্ৰ নেপাল বুলি জানিব পৰা গৈছে

নেপালতো অনুভূত হ’ল তীব্ৰ জোকাৰণিৰে ভূমিকম্প

বৰ্তমানলৈকে পোৱা নাই ক্ষয় ক্ষতিৰ সবিশেষ তথ্য