En
অস

Health

HomeHealth

Nipah Virus Alert in Kerala: 330 Contacts Monitored, 101 High-Risk Cases Identified

Kerala faces a Nipah virus scare after the death of a 14-year-old boy. Health authorities monitor 330 contacts, with 101 in the high-risk category.

Covid cases increase in India: ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত ৪১২ গৰাকী, ৫ গৰাকী ৰোগীৰ মৃত্যু

দেশত পুনৰবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক'ভিডে। বিগত ২৪ ঘন্টাত ক’ভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে ৪১২ গৰাকী লোক (Covid Cases increrase in India)। ইয়াৰে কৰ্ণাটকত ৩ গৰাকী আৰু তেলেংগানাত ২ গৰাকী ৰোগী ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

― Advertisement ―

spot_img

More News

Improve Your Sleep Quality: 6 Simple Habits for Better Rest

Discover six easy habits to enhance your sleep quality and ensure better rest. From sticking to a sleep schedule to managing stress, find effective tips for a good night's sleep.

Explore more

New Covid variant: পুনৰ কৰ’ণাতংক! ভাৰতত দ্ৰুদ গতিত বাঢ়িছে ক’ভিডৰ নতুন ভেৰিয়েন্ট JN.1 ৰ সংক্ৰমণ

কৰ’ণা সংক্ৰমণৰ তিনিটা ঢৌৱে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা ধ্বংসলীলাৰ পিছত বিশ্ববাসীয়ে সকাহৰ হুমুনিয়াহ কাঢ়িছিল । ইয়াৰ মাজতে পুনৰ কৰ’ণাৰ এবিধ নতুন উপ-ভেৰিয়েণ্টে এতিয়া সকলোকে আকংকিত কৰিবলৈ আৰম্ভ কৰিছে(New Covid variant)।

Covid-19 sub variant: কেৰালাত ধৰা পৰিছে ক’ভিড-১৯ৰ নতুন চাব ভেৰিয়েণ্ট JN.1

কেৰালাত ক'ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰ অৰ্থাৎ চাবষ্ট্ৰেইন ধৰা পৰাৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনাত ক'ভিড-১৯ৰ এটা নতুন নতুন উপ-প্ৰকাৰ(Covid 19 sub variant) ধৰা পৰিছে। ইয়াৰ পূৰ্বে ছিংগাপুৰত এগৰাকী ভাৰতীয় ভ্ৰমণকাৰীৰ শৰীৰতো JN.1-ৰ সংক্ৰমণ ধৰা পৰিছিল।

Some unknown facts: ভাৰতবৰ্ষৰ মাটিতে জন্ম হৈছিল আপুনি মই ব্যৱহাৰ কৰা চেম্পুৰ ধাৰণা

বহু যুগৰ পূৰ্বেই ভাৰতবৰ্ষত আত্মপ্ৰকাশ ঘটিছিল চেম্পুৰ ধাৰণাটো । চেম্পুৰ ধাৰণা বা ইয়াৰ ব্যৱহাৰ সমগ্ৰ বিশ্বতে কেনেকৈ জনাজাত হৈ পৰিল সেইয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন(Some unknown facts) ।

Mysterious virus in China: চীনত আকৌ ‘ৰহস্যজনক’ ৰোগ ! ইতিমধ্যেই সষ্টম হৈছে ভাৰত

কৰ'ণাৰ পিছত আন এবিধ নতুন ৰোগক লৈ সৰ্বত্ৰে পুনৰ বৃদ্ধি পাইছে আশংকা। এইবাৰো এই ৰোগৰ উৎপত্তি চীনৰ পৰাই হোৱা বুলি ধাৰণা কৰা হৈছে। এই ৰোগবিধ নিউমোনিয়াৰ দৰে। অৱশ্যে এই তথ্য পোৱাৰ পিছতে ভাৰত ইতিমধ্যে সতৰ্ক হৈ পৰিছে (India on alert after mysterious virus in China)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যসমূহক সতৰ্ক কৰি প্ৰেৰণ কৰিছে বাৰ্তা। অৱশ্যে ভাৰতত এই নতুন ৰোগবিধৰ পৰা কোনো বিশেষ প্ৰভাৱ নপৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

Most Polluted City: বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত দিল্লী, শীৰ্ষ ছয়ত ভাৰতৰ আৰু দুখন চহৰ

যি সময়ত দেশৰ ৰাজধানী দিল্লীৰ প্ৰদূষণ হ্ৰাস পোৱাৰ কোনো লক্ষণো দেখা দিয়া নাই, সেই সময়তে আইকিউ এয়াৰ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা এটাই প্ৰকাশ কৰিছে বিশ্বৰ শীৰ্ষ ১০খন প্ৰদূষিত চহৰৰ এখন তালিকা। এই তালিকাত শীৰ্ষত থাকি দিল্লীয়ে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে।

Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ

সন্তান যিমানেই ডাঙৰ নহওক কিয়, পিতৃ-মাতৃয়ে অন্তত দিনটোত এবাৰ হ'লেও বুকুৰ মাজত সুমুৱাই লৈ সাৱটি ধৰিব লাগে। সন্তানৰ বুকুৰ উমে পিতৃ-মাতৃক আৰু পিতৃ-মাতৃৰ বুকুৰ উমে সন্তানক এক অনাবিল আনন্দ আৰু অনন্য প্ৰশান্তি দিয়ে। লগতে তেনে কৰিলে সন্তানৰ পৰা বিচ্ছেদিত হোৱাৰ সম্ভাৱনীয়তাও বহুখিনি কমে। এয়া গৱেষণাৰ পৰা লাভ কৰা তথ্য।

Ayurvedic Drinks: এই ৬বিধ আয়ুৰ্বেদিক পানীয়ই ৫ মিনিটত চকুৰ পতালৈ আনিব টোপনি