En
অস

Assam

HomeAssam

Kamrup Express Engine and Coach Detach in Assam’s Dibrugarh District

The Kamrup Express experienced a detachment of its engine and coach in Assam's Dibrugarh district. No injuries were reported, and the train resumed its journey shortly after reattachment.

B Borooah College in Guwahati Granted Autonomous Status by UGC After NAAC A++ Accreditation

Guwahati's B Borooah College has been awarded autonomous status by the UGC for a decade following its A++ NAAC accreditation. This recognition underscores the college's educational excellence.

― Advertisement ―

spot_img

More News

Assam Floods: Governor Kataria Briefs PM Modi, Centre Pledges Comprehensive Support

Assam floods update: Governor Kataria briefs PM Modi on the grim flood situation, with the Centre ensuring full support and assistance for relief and rehabilitation efforts.

B Borooah College in Guwahati Granted Autonomous Status by UGC After NAAC A++ Accreditation

Guwahati's B Borooah College has been awarded autonomous status by the UGC for a decade following its A++ NAAC accreditation. This recognition underscores the college's educational excellence.
spot_img

Explore more

New Books Release: ৰীণা শৰ্মাৰ ‘চিন্তা চয়ন’ উন্মোচন

গুৱাহাটী ক্লাবৰ 'চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত' অলপতে লেখিকা ৰীণা শৰ্মাৰ 'চিন্তা চয়ন' নামৰ গ্ৰন্থখনি জিতেন শৰ্মাই উন্মোচন কৰে (New Books Release)। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ক্ষীৰদা দেৱীয়ে। গ্ৰন্থ উন্মোচনৰ শুভাৰম্ভৰ আগতে গীতা দেৱীয়ে বন্দনা পৰিৱেশন কৰে।

Minor Girl Sexually Assaulted: কাতি বিহুৰ দিনাই ৰাজ্যত শিশুক যৌন নিৰ্যাতন, আটক অভিযুক্ত

ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু যৌন নিৰ্যাটনৰ আন এটা ঘটনা । শিৱসাগৰৰ এটি অঞ্চলত যৌন নিৰ্যাটনৰ বলি হ'ল এগৰাকী ৯ বছৰীয়া কিশোৰী । কাতি বিহুৰ সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলালে এটা লম্পটে ।

Gayan-Bayan statue unveiled: নগাঁৱত গায়ন-বায়ন, সূত্ৰধাৰৰ প্ৰতিমূৰ্তি উন্মোচন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও শাখাৰ উদ্যোগত উদযাপন কৰা গুৰুজনাৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে নগাঁও চহৰৰ মাজমজিয়াত এই পূৰ্ণাংগ মূৰ্তিটো উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক  শৰ্মাই (Gayan-Bayan statue unveiled)।

Durga Puja 2023: এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত হ’ব ?

আপুনি বাৰু জানেনে, এইবাৰ মা দুৰ্গাই ধৰাৰ বুকুলৈ কিহত আহিব আৰু কিহেৰে কিহত গমন কৰিব ? পঞ্জিকা অনুসৰি, এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন দুয়োটাই ঘোঁৰাত হ’ব, অৰ্থাৎ এইবাৰ ‘ছত্ৰভংগ’ হ'ব।

North East Express Train Derails: বিহাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ, ৪ জনৰ মৃত্যু, আহত ১০০ জন

দিল্লীৰ পৰা কামাখ্যালৈ আহি থকা অৱস্থাত বিহাৰত লাইনচ্যুত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলখন। বুধবাৰে নিশা বিহাৰত গুৱাহাটী অভিমুখী ১২৫০৬ নম্বৰৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন লাইচ্যুত হোৱাৰ ফলত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০ জন লোক আহত হৈছে। এগৰাকী বিষয়াই জনোৱা মতে, বক্সাৰ সমীপৰ ৰঘুনাথপুৰ ষ্টেচনৰ কাষতে নিশা প্ৰায় ৯.৩৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।