En
অস

Top News

HomeTop News

India-US Defence Acceleration Ecosystem Summit 2024 to Be Held at Stanford University in September

The India-US Defence Acceleration Ecosystem Summit 2024 will take place at Stanford University on September 9-10, featuring key leaders like Condoleezza Rice, focusing on enhancing cross-border defence innovation.

Brazilian Judge Suspends X Platform Amid Feud with Elon Musk

A top Brazilian judge suspends X platform (formerly Twitter) over Elon Musk's refusal to comply with legal representation laws. The move intensifies the standoff on free speech and misinformation.

― Advertisement ―

spot_img

More News

Action Taken Against Government Employees for Violating Model Code of Conduct in J&K Assembly Elections

Anantnag district administration takes strict action against five government employees for violating the Model Code of Conduct during the J&K Assembly Elections. Learn more about the disciplinary measures and guidelines.

Brazilian Judge Suspends X Platform Amid Feud with Elon Musk

A top Brazilian judge suspends X platform (formerly Twitter) over Elon Musk's refusal to comply with legal representation laws. The move intensifies the standoff on free speech and misinformation.
spot_img

Explore more

Exercise Astrashakti 2023: ভাৰতে দেখুৱালে স্বদেশীৰ শক্তি, আকাশ মিচাইলে একেলগে আঘাত কৰিলে ৪টাকৈ লক্ষ্যত

শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ সূৰ্য্যলংকা বায়ুসেনা ষ্টেচনত অষ্ট্ৰশক্তি ২০২৩(Exercise Astrashakti 2023) ৰ অনুশীলনৰ সময়ত থলুৱাভাৱে নিৰ্মিত আকাশ মিচাইলৰ ফায়াৰ পাৱাৰ প্ৰদৰ্শন কৰা হয়। ভাৰতীয় বায়ুসেনাই (Indian Air Force) চলোৱা অষ্ট্ৰশক্তি অনুশীলনৰ সময়ত এককভাৱে আকাশ মিচাইলে একেলগে চাৰিটা মানৱবিহীন আকাশী লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হয়।

PM Modi on Parliament security Breach: সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক গুৰুতৰ আখ্যা প্ৰধানমন্ত্ৰীৰ

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদৰ নিৰাপত্তাৰ ভংগৰ বিষয়টোক এটা গুৰুতৰ বিষয় বুলি উল্লেখ কৰে(PM Modi on Parliament security Breach)। লগতে তদন্তকাৰী সংস্থাসমূহে এই বিষয়ত কঠোৰভাৱে অনুসন্ধান কৰি থকাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Actor Jayanta Das passes away: অসমবাসীক কন্দুৱাই ইহসংসাৰ ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে

সকলোকে কন্দুৱাই অৱশেষত গ'লগৈ জনপ্ৰিয় অভিনেতা জয়ন্ত দাসো (Actor Jayanta Das passes away)। শনিবাৰে নিশা ৮ বাজি ৪১ মিনিটত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷

Viksit Bharat Sankalp Yatra: প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

"উত্তৰ-পূব অঞ্চলটোৰ লোকসকলে মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সৰ্বাধিক উন্নতি আৰু জীৱনৰ মান উন্নীতকৰণৰ অনন্য অভিজ্ঞতা লাভ কৰিছে": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।(Sarbananda sonowal participates in Prime Minister's Viksit Bharat Sankalp Yatra)

Covid-19 sub variant: কেৰালাত ধৰা পৰিছে ক’ভিড-১৯ৰ নতুন চাব ভেৰিয়েণ্ট JN.1

কেৰালাত ক'ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰ অৰ্থাৎ চাবষ্ট্ৰেইন ধৰা পৰাৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনাত ক'ভিড-১৯ৰ এটা নতুন নতুন উপ-প্ৰকাৰ(Covid 19 sub variant) ধৰা পৰিছে। ইয়াৰ পূৰ্বে ছিংগাপুৰত এগৰাকী ভাৰতীয় ভ্ৰমণকাৰীৰ শৰীৰতো JN.1-ৰ সংক্ৰমণ ধৰা পৰিছিল।

Adani Group Acquires Stake In IANS Media: সংবাদ প্ৰতিষ্ঠান IANS ৰ ৫০.৫০ শতাংশ শ্বেয়াৰ কিনিলে আদানী গ্ৰুপে

সংবাদ খণ্ডত পুঁজিপতি গৌতম আদানীয়ে লাহে লাহে বৃদ্ধি কৰিছে নিজৰ উপস্থিতি । এইবাৰ সংবাদ প্ৰতিষ্ঠান আইএনএছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিলে আদানী গ্ৰুপে (Adani Group Acquires Stake In IANS Media) ।

IEDs and grenades recovers in JK: জম্মু-কাশ্মীৰৰ ৰাজৌৰীত উদ্ধাৰ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পুনৰ সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাৰ প্রয়াস । অৱশ্যে অঞ্চলটোত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে বিফল কৰিলে সন্ত্রাসবাদীৰ এই প্ৰচেষ্টা(IEDs and grenades recovers in JK) ।