En
অস

MojoIndia Bureau

About the author

MojoIndia is a news and general content website operated from Guwahati and New Delhi. We provide you the latest from the news, sports, entertainment, music, fashion world.

Andhra Pradesh Train Accident: অন্ধ্ৰত দুখন ৰে’লৰ মাজত সংঘৰ্ষ, অতি কমেও ৬ জন লোকৰ মৃত্যুৰ আশংকা

পুনৰ এক ৰে’ল দুৰ্ঘটনা । এইবাৰ এই ৰে’ল দুৰ্ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত । ৰাজ্যখনৰ বিজয়নগৰ জিলাত সংঘটিত হৈছে এই ৰে’ল দুৰ্ঘটনাটো (Andhra Pradesh Train Accident)।

Ram Janmabhoomi movement: “শিখসকলে আৰম্ভ কৰিছিল ৰাম জন্মভূমি আন্দোলন “: ৰাজনাথ সিং

ৰাম মন্দিৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) দেওবাৰে কয়, দেশৰ শিখ সম্প্ৰদায়ৰ দ্বাৰাহে অযোধ্যাত ৰাম মন্দিৰৰ আন্দোলন আৰম্ভ কৰা হৈছিল ।

Security beefed up in Delhi churches: কেৰালা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত হাই-এলাৰ্ট, গীৰ্জাঘৰসমূহত নিৰাপত্তা বৃদ্ধি

কেৰালাৰ এটা কনভেনচন চেণ্টাৰত দেওবাৰে সংঘটিত একাধিক বোমা বিস্ফোৰণৰ পিছতে দেশৰ ৰাজধানী দিল্লী, নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদৰ গীৰ্জাঘৰসমূহৰ লগতে মেট্ৰ’ ষ্টেচনসমূহৰ চৌদিশৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে (Security beefed up in Delhi churches) ।

Rahul on Pro-Farmer Model: কাঁচিৰে ধান কাটি দেশজুৰি কৃষক সমৰ্থক যোজনা ৰূপায়ণৰ কথা কলে ৰাহুল গান্ধীয়ে

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দেওবাৰে ৰায়পুৰত উপস্থিত হৈ উল্লেখ কৰে যে, ছত্তীশগড় চৰকাৰে গ্ৰহণ কৰা আঁচনি কৃষক সমৰ্থক যোজনাৰ আৰ্হিক সমগ্ৰ ভাৰততে ৰূপায়ণ কৰা হ’ব । ৰাহুল গান্ধীৰ এই বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছে পাঁচখন ৰাজ্যত হ'বলগা বিধানসভা নিৰ্বাচনৰ জৰিয়তে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিও আৰম্ভ কৰিব বিচাৰিছে ।

Kerala blasts: কেৰালাৰ প্ৰাৰ্থনা সভাত ভয়াৱহ বিস্ফোৰণ, এন এছ জিৰ বিশেষজ্ঞ দল ৰাওনা

কেৰালাৰ প্ৰাৰ্থনা সভাত সংঘটিত ভয়াৱহ বিস্ফোৰণৰ পিছতেই ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনী(National Security Guard)ৰ এটা বোমা নিষ্কাশনৰ দল(Bomb disposal units) ততাতৈয়াকৈ দিল্লীৰ পৰা কেৰালালৈ ৰাওনা হৈছে । দলটোৱে ৰাজ্যখনৰ প্ৰাৰ্থনা সভাত সংঘটিত হোৱা বিস্ফোৰণটো(Kerala blasts)ত ব্যৱহৃত সামগ্ৰী সংগ্ৰহ আৰু অনুসন্ধান কৰিব ।

Infantry day 2023: কিয় ২৭ অক্টোবৰ দিনটো পদাতিক দিৱস হিচাপে পালন কৰা হয় ?

আজিৰ দিনটো ভাৰতীয় সেনা জোৱান সকলৰ বাবে এটা বিশেষ দিন । অর্থাৎ ২৭ অক্টোবৰৰ দিনটো নিৰাপত্তাত নিয়োজিত হৈ থকা জোৱান সকলে 'পদাতিক দিৱস'(Infantry day...

Expensive Divorce Case: ১ কোটি ১১ হাজাৰ টকাত নিষ্পত্তি হোৱা এখন বিবাহ বিচ্ছেদ

হাৰিয়ানাৰ পানীপথ জিলাৰ এটা দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰে সম্প্ৰতি সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । কাৰণ, ই পানীপথ জিলাত আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ বুলি জানিব পৰা গৈছে (Expensive Divorce Case)। এই বিবাহ বিচ্ছেদ নিষ্পত্তি কৰা হৈছে ১ কোটি ১১ হাজাৰ টকাত ।

Ajmals controversial remarks on Muslims: অসমৰ সংস্কৃতিবান লোকে আজমলৰ কথা নুশুনে: ৰকিবুল হুছেইন

এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে অপৰাধজনিত ঘটনাৰে মুছলমান লোকক জড়িত কৰি কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত বুধবাৰে চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

Bharat in School Textbooks: বিদ্যালয়ৰ পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ ৰখাৰ পৰামৰ্শ এনচিইআৰটিৰ

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (National Council of Educational Research and Training) বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা ‘ইণ্ডিয়া’ নামটো আঁতৰোৱাৰ পৰামৰ্শ আগবঢ়াইছে । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এনচিইআৰটিয়ে কয় যে সকলো শ্ৰেণীৰ বিদ্যালয়ৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰম(School textbooks and school curricula)ত ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ ব্যৱহাৰ কৰিব লাগে ।

Cyclone Hamoon updates: বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ হামুনৰ আঘাত

বাংলাদেশৰ উপকূলীয় অঞ্চলসমূহত ঘূৰ্ণীবতাহ হামুনে খুন্দিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে(Hamoon hits coastal part of Bangladesh)। অহা ছয় ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীবতাহ লাহে লাহে দুৰ্বল হৈ পৰিব বুলিও ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে ।

Daily Horoscope For 25th October : আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 25th October : আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

PM Modi on Ram Temple: ৰাম মন্দিৰ নিৰ্মাণ আমাৰ ধৈৰ্য্যৰ জয়, কলে প্ৰধানমন্ত্ৰী মোডীয়ে

নতুন দিল্লী, ২৪ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভগৱান ৰামৰ জন্মস্থান অযোধ্যাত নিৰ্মাণৰত ৰাম মন্দিৰক ভাৰতীয়সকলৰ ধৈৰ্য্যৰ জয় বুলি অভিহিত কৰে (Prime Minister Narendra Modi...

Categories

spot_img