En
অস

Assam

HomeAssam

Hindu Population Decline in Assam: CM Sarma Raises Alarm

Assam Chief Minister Himanta Biswa Sarma expresses concern over the declining Hindu population in Assam and Bangladesh, citing census data. He warns of a similar trend in West Bengal and Jharkhand.

Assam Floods: Governor Kataria Briefs PM Modi, Centre Pledges Comprehensive Support

Assam floods update: Governor Kataria briefs PM Modi on the grim flood situation, with the Centre ensuring full support and assistance for relief and rehabilitation efforts.

― Advertisement ―

spot_img

More News

Kamrup Express Engine and Coach Detach in Assam’s Dibrugarh District

The Kamrup Express experienced a detachment of its engine and coach in Assam's Dibrugarh district. No injuries were reported, and the train resumed its journey shortly after reattachment.

Assam Floods: Governor Kataria Briefs PM Modi, Centre Pledges Comprehensive Support

Assam floods update: Governor Kataria briefs PM Modi on the grim flood situation, with the Centre ensuring full support and assistance for relief and rehabilitation efforts.
spot_img

Explore more

Emergency alert messages: জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰে হঠাৎ আপোনাৰ মোবাইল ফোনটো বাজি উঠিছে নেকি ?

এটা জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰ মেচেজেৰে(emergency alert messages) হঠাৎ আপোনাৰ ফোনটো বাজি উঠিছে নেকি ? বাজাৰৰ দৰে এটা শব্দৰে এই জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰ এই মেচেজটো আপোনাৰ মবাইললৈকো আহিছে নেকি?

Ajmals controversial remarks on Muslims: অসমৰ সংস্কৃতিবান লোকে আজমলৰ কথা নুশুনে: ৰকিবুল হুছেইন

এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে অপৰাধজনিত ঘটনাৰে মুছলমান লোকক জড়িত কৰি কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত বুধবাৰে চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

Bharat in School Textbooks: বিদ্যালয়ৰ পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ ৰখাৰ পৰামৰ্শ এনচিইআৰটিৰ

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (National Council of Educational Research and Training) বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা ‘ইণ্ডিয়া’ নামটো আঁতৰোৱাৰ পৰামৰ্শ আগবঢ়াইছে । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এনচিইআৰটিয়ে কয় যে সকলো শ্ৰেণীৰ বিদ্যালয়ৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰম(School textbooks and school curricula)ত ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ ব্যৱহাৰ কৰিব লাগে ।

Cyclone Hamoon updates: বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ হামুনৰ আঘাত

বাংলাদেশৰ উপকূলীয় অঞ্চলসমূহত ঘূৰ্ণীবতাহ হামুনে খুন্দিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে(Hamoon hits coastal part of Bangladesh)। অহা ছয় ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীবতাহ লাহে লাহে দুৰ্বল হৈ পৰিব বুলিও ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে ।

Daily Horoscope For 25th October : আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 25th October : আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Cyclone Hamoon: দ্ৰুতগতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ হামুন, উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) ওড়িশা, পশ্চিমবঙ্গকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যলৈ ঘূৰ্ণীবতাহৰ লগতে ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে (IMD issues heavy rain alert) ।

Daily Horoscope For 24th October : আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Rajnath Singh on Israel-Hamas war: সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একত্ৰিত হোৱা উচিত: ৰাজনাথ সিং

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ(War between Israel and Hamas)ৰ মাজতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Union Defence Minister Rajnath Singh) সোমবাৰে কয় যে সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হোৱা উচিত আৰু নিৰীহ সাধাৰণ নাগৰিকৰ যাতে কোনো ক্ষতি নহয়, তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত (Rajnath Singh on Israel-Hamas war) ।

Dussehra 2023: বিজয়দশমীৰ ইতিহাস আৰু তাৎপৰ্য্য

বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ । হিন্দু চন্দ্ৰ পঞ্জিকা অনুসৰি আহিন মাহত আৰু মহানৱমীৰ এদিন পাছত বা শাৰদীয় নৱৰাত্ৰিৰ শেষত শুক্ল পক্ষৰ দশমীৰ দিনা উদযাপন কৰা হয় বিজয়া দশমী অৰ্থাৎ দশেৰা ।

Lok Sabha Elections 2024: প্ৰদ্যুৎ বৰদলৈ নে ৰকিবুল হুছেইন – কোনে পাব প্ৰাৰ্থিত্ব !

নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি নগাঁও কংগ্ৰেছত দুটা শিবিৰ ।

Durga Puja 2023: ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁৱৰ এখন দুৰ্গা পূজা কমিতি

দুৰ্গা পূজাৰ মণ্ডপত দুৰ্ঘটনা ৰোধৰ উপায় । হেলমেট পৰিধান, নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সচেতনতাৰ প্ৰতীকী প্ৰকাশ ।

OIL pipeline blast: দুলীয়াজানত অইল ইণ্ডিয়াৰ তৈলখাদত ভয়ংকৰ কাণ্ড, আতংকিত স্থানীয় লোক

বৃহস্পতিবাৰে নিশা দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ এটা তৈলখাদত সংঘটিত হয় এক অঘটন । এটা বৃহৎ শব্দ কৰি হোৱা বিস্ফোৰণৰ পাচতেই ভূগৰ্ভৰ পৰা নিৰ্গমন হয় প্রাকৃতিক গেছ আৰু তেল (OIL pipeline blast) ।