En
অস

Crime

HomeCrime

Dehradun Teen Gang-Raped in Bus: Uttarakhand Police Forms SIT

A 16-year-old girl was allegedly gang-raped inside a bus parked at Dehradun ISBT. Uttarakhand Police have formed an SIT to probe the horrific incident. Five accused have been arrested.

Ransomware Attack on C-Edge Technologies Disrupts 300 Indian Banks’ Payment Systems

A ransomware attack on C-Edge Technologies has halted payment systems in 300 Indian banks, mainly affecting rural areas. Learn about the impact and ongoing restoration efforts.

― Advertisement ―

spot_img

Dehradun Teen Gang-Raped in Bus: Uttarakhand Police Forms SIT

A 16-year-old girl was allegedly gang-raped inside a bus parked at Dehradun ISBT. Uttarakhand Police have formed an SIT to probe the horrific incident. Five accused have been arrested.

More News

Dehradun Teen Gang-Raped in Bus: Uttarakhand Police Forms SIT

A 16-year-old girl was allegedly gang-raped inside a bus parked at Dehradun ISBT. Uttarakhand Police have formed an SIT to probe the horrific incident. Five accused have been arrested.

Air India Cabin Crew Member Assaulted in London Hotel Room, Airline Assists in Investigation

Air India cabin crew member assaulted in London hotel room by intruder, highlighting serious concerns over hotel security. Airline supports investigation.

Ransomware Attack on C-Edge Technologies Disrupts 300 Indian Banks’ Payment Systems

A ransomware attack on C-Edge Technologies has halted payment systems in 300 Indian banks, mainly affecting rural areas. Learn about the impact and ongoing restoration efforts.
spot_img

Explore more

Govt blocks Mahadev app: মহাদেৱ বুক এপকে ধৰি 22টা অবৈধ বেটিং এপক কৰা হ’ল নিষিদ্ধ

মহাদেৱ বুক এপৰ আটাইকেইজন স্বত্বাধিকাৰী বৰ্তমান জিম্মাত আছে । তেওঁলোকক ধন পৰিশোধৰ অপৰাধ সংঘটিত কৰাৰ অভিযোগত ধন পৰিশোধ প্ৰতিৰোধ আইন (Prevention of Money Laundering Act) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

Funds to local artisans in Ranthali: অসমীয়া গহণাৰ সামগ্ৰী যোগানৰ নামতো কেলেংকাৰী !

অসমীয়া গহণা নিৰ্মাণৰ সামগ্ৰী ক্ৰয়ৰ বাবে ৰণথলীৰ থলুৱা কাৰিকৰলৈ আবণ্টিত ধন আত্মসাতৰ অভিযোগ ।

Doctor Rapes Minor Girl: কিশোৰী ধৰ্ষণকাৰীৰ ৰূপত এইবাৰ চিকিৎসক

নিজৰ ক্লিনিকলৈ মাতি আনি এগৰাকী ১০ বছৰীয়া কণমানিক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ নয়দাত(Doctor Rapes Minor Girl) ।

Money laundering case: ইডিয়ে জব্দ কৰিলে জেটৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ ৫৩৮ কোটি টকাৰ বিশাল সম্পত্তি

নতুন দিল্লী, ১ নৱেম্বৰ: প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাৎ ইডিয়ে জানিবলৈ দিয়া অনুসৰি, বেংকৰ জালিয়াতিৰ গোচৰত জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেল, তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ...

Bengaluru Woman Sexually Harassed: বাংগালুৰুৰ শ্বপিং মলত যুৱতীৰ লগত অভব্য আচৰণ, ভাইৰেল হৈছে ভিডিঅ’

বাংগালুৰুৰ এটা শ্বপিং মলত এগৰাকী যুৱতীৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে(Bengaluru Woman Sexually Harassed) । এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে অৱশ্যে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে(Video Goes Viral) ।

Police officer shot at by terrorists: শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীত আহত আৰক্ষী বিষয়া

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত পুনৰ সন্ত্ৰাসবাদীৰ গুলীচালনাৰ ঘটনা । শ্ৰীনগৰৰ ঈদগাহৰ সমীপত সংঘটিত এই আক্ৰমণত এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হোৱাৰ তথ্য সদৰি কৰিলে আৰক্ষীয়ে (Police officer shot at by terrorists) ।

Security beefed up in Delhi churches: কেৰালা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত হাই-এলাৰ্ট, গীৰ্জাঘৰসমূহত নিৰাপত্তা বৃদ্ধি

কেৰালাৰ এটা কনভেনচন চেণ্টাৰত দেওবাৰে সংঘটিত একাধিক বোমা বিস্ফোৰণৰ পিছতে দেশৰ ৰাজধানী দিল্লী, নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদৰ গীৰ্জাঘৰসমূহৰ লগতে মেট্ৰ’ ষ্টেচনসমূহৰ চৌদিশৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে (Security beefed up in Delhi churches) ।

Kerala blasts: কেৰালাৰ প্ৰাৰ্থনা সভাত ভয়াৱহ বিস্ফোৰণ, এন এছ জিৰ বিশেষজ্ঞ দল ৰাওনা

কেৰালাৰ প্ৰাৰ্থনা সভাত সংঘটিত ভয়াৱহ বিস্ফোৰণৰ পিছতেই ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনী(National Security Guard)ৰ এটা বোমা নিষ্কাশনৰ দল(Bomb disposal units) ততাতৈয়াকৈ দিল্লীৰ পৰা কেৰালালৈ ৰাওনা হৈছে । দলটোৱে ৰাজ্যখনৰ প্ৰাৰ্থনা সভাত সংঘটিত হোৱা বিস্ফোৰণটো(Kerala blasts)ত ব্যৱহৃত সামগ্ৰী সংগ্ৰহ আৰু অনুসন্ধান কৰিব ।

Swiss woman killed by boyfriend: নতুন দিল্লীত চুইজাৰলেণ্ডৰ যুৱতীক হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত বন্ধু

শুকুৰবাৰে নতুন দিল্লীৰ তিলক নগৰৰ এমচিডি স্কুলৰ সমীপত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল চুইজাৰলেণ্ডৰ এগৰাকী যুৱতীৰ মৃতদেহ (Swiss national from Zurich) । মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছিল তদন্ত । এই তদন্তৰ অন্তত হত্যাণ্ডটো সংঘটিত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক । অভিযুক্ত লোকজন মৃত যুৱতীগৰাকীৰ বন্ধু বুলি জানিব পৰা গৈছে ।

Emergency Landing at Mumbai Airport: উৰন্ত বিমানত বোমাতংক, মুম্বাইত বিমানৰ জৰুৰী অৱতৰণ

পুনেৰ পৰা দিল্লীলৈ যাত্ৰা কৰা আকাশা এয়াৰলাইন্সৰ এখন বিমানত হোৱা বোমাতংক বাবে বিমানখনক জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় । প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে নিশা ১২:৪২ বজাত মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনে জৰুৰী অৱতৰণ কৰে ।

Minor Girl Sexually Assaulted: কাতি বিহুৰ দিনাই ৰাজ্যত শিশুক যৌন নিৰ্যাতন, আটক অভিযুক্ত

ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু যৌন নিৰ্যাটনৰ আন এটা ঘটনা । শিৱসাগৰৰ এটি অঞ্চলত যৌন নিৰ্যাটনৰ বলি হ'ল এগৰাকী ৯ বছৰীয়া কিশোৰী । কাতি বিহুৰ সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলালে এটা লম্পটে ।

Israel PM Netanyahu vows to end Hamas: বেঞ্জামিন নেতানিয়াহুৰ হুংকাৰ, আমি শেষ কৰি পেলাম হামাছক

ইজৰাইলে হামাছৰ বিৰুদ্ধে প্ৰতিশোধ অব্যাহত ৰখাৰ মাজতে দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে হামাছে ইজৰাইল ধ্বংস কৰিম বুলি ভাবিছিল যদিও আমিহে হামাছক শেষ কৰি পেলাম ।” দ্য টাইমছ অফ ইজৰাইলত প্ৰকাশ পাইছে বেঞ্জামিন নেতানিয়াহুৰ এই হুংকাৰ ।