En
অস

Guwahati

HomeGuwahati

Major Administrative Reshuffle in Assam Police Department: Full List of Transfers

Assam Police Department witnesses a significant administrative shake-up with several key officials being transferred to different postings. Read on for the full list of transfers.

Guwahati Spa Raided: Sex Racket Uncovered, GMC License Raises Questions

Police raid in Guwahati unearths illegal sex racket operating from a spa and parlour, raising questions about the legality of "extra" businesses under GMC licenses.

― Advertisement ―

spot_img

Major Administrative Reshuffle in Assam Police Department: Full List of Transfers

Assam Police Department witnesses a significant administrative shake-up with several key officials being transferred to different postings. Read on for the full list of transfers.

More News

Major Administrative Reshuffle in Assam Police Department: Full List of Transfers

Assam Police Department witnesses a significant administrative shake-up with several key officials being transferred to different postings. Read on for the full list of transfers.

Rare Vultures Released into Rani Forest in Assam

Two rare species of vultures have been released into the Rani Forest, a protected area near Guwahati, Assam. Learn about the efforts to rehabilitate these endangered birds and ensure their conservation.

Guwahati Spa Raided: Sex Racket Uncovered, GMC License Raises Questions

Police raid in Guwahati unearths illegal sex racket operating from a spa and parlour, raising questions about the legality of "extra" businesses under GMC licenses.
spot_img

Explore more

Passenger trains suspended: ২৭ ডিচেম্বৰলৈকে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বন্ধ থাকিব ২৬ খন যাত্রীবাহী ৰে’লৰ চলাচল

২৭ ডিচেম্বৰ পৰ্যন্ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ চলাচল কৰা ২৬ খন যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ কৰা হৈছে (Passenger trains suspended)। ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ । 

Book launch of Sahityatirtha: সাহিত্যতীৰ্থৰ গ্ৰন্থ উন্মোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

স্বর্গীয় সুৰেন্দ্ৰ নাৰায়ণ গোস্বামীৰ 'মেঘদূত' (অসমীয়া কাব্যৰূপ), ডাঃ নাৰায়ণ গোস্বামীৰ 'সুৰৰ পানচৈ' (গীতৰ সংকলন), হৃষীকেশ গোস্বামীৰ 'মানুহৰ মৃত্যুত' আৰু 'নেতৃত্ব এক কলা' (প্রবন্ধ সংকলন) শীৰ্ষক গ্ৰন্থসমূহ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে(Book launch of Sahityatirtha) ।

Actor Jayanta Das passes away: অসমবাসীক কন্দুৱাই ইহসংসাৰ ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে

সকলোকে কন্দুৱাই অৱশেষত গ'লগৈ জনপ্ৰিয় অভিনেতা জয়ন্ত দাসো (Actor Jayanta Das passes away)। শনিবাৰে নিশা ৮ বাজি ৪১ মিনিটত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷

Chhath puja 2023: ষঠ পূজা উপলক্ষে যান বাহনৰ চলাচলত মহানগৰ আৰক্ষীৰ বিশেষ নির্দেশনা

মহানগৰীৰ বহুকেইটা পথেৰে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে আৰোপ কৰিছে নিষেধাজ্ঞা । নিষেধাজ্ঞা অনুসৰি ১৯ নৱেম্বৰৰ দিনৰ ১ বজাৰ পৰা ভক্তসকল ওভতি নহা পর্যন্ত আৰু ২০ নৱেম্বৰত ভক্তসকল ওভতি নহা পর্যন্ত যান-বাহন চলাচলৰ ক্ষেত্ৰত এই সাল-সলনি বাহাল থাকিব ।

Assam Railway Station awarded: ৰঙিয়া আৰু মৰিয়নী ৰেলৱে ষ্টেচনে লাভ কৰিলে ‘Eat Right Station’ৰ প্ৰমাণপত্ৰ

যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্য যোগানৰ মাপকাঠী নিৰ্ধাৰণ কৰি এফএছএআইয়ে পূৰ্বৰে পৰাই ৰেল ষ্টেচনসমূহক 'Eat Right Station'ৰ প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে (FSSAI awarded railway station in Assam)।

Propaganda against Raghav: সামাজিক মাধ্যমত ‘ৰাঘৱ’ ৰ বিৰুদ্ধে অপপ্ৰচাৰ: আৰক্ষীৰ কাষ চাপিল ছবিৰ প্ৰযোজিকা

অভিনেতা-পৰিচালক যতীন বৰাৰ শেহতীয়া ছবি ৰাঘৱ যোৱা ২৭ অক্টোৱৰত মুক্তি লাভ কৰিছিল যদিও একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে চলোৱা বিভিন্ন অপপ্ৰচাৰ(Raghav on social media) আৰু ট্ৰ'লৰ ফলত ব্যৱসায়ীক দিশত ছবিখনে ব্যৱসায়ীক দিশত মুখ থেকেচা খাবলগা হৈছিল ।

Lady drug peddler arrested: নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

গুৱাহাটী, ৯ নৱেম্বৰ: অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে(Special Task Force) বুধবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীত নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ...

Human trafficking case: মানৱ সৰবৰাহৰ গোচৰত অসমকে ধৰি দেশৰ ১০খন ৰাজ্যত NIAৰ অভিযান

নতুন দিল্লী, ৮ নৱেম্বৰ: ৰাষ্ট্ৰীয় তদন্ত সংস্থা নিয়াই বুধবাৰে দেশৰ ১০খন ৰাজ্যত মানৱ সৰবৰাহৰ গোচৰৰ বিৰুদ্ধে চলাইছে অভিযান। ত্ৰিপুৰা, অসম, পশ্চিম বংগ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা,...

Video of Popular song release: সত্তৰ দশকৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ৰ ভিডিঅ’ মুক্তি

এইচ এম ভিৰ লং প্লেয়িঙ ৰেকৰ্ডযোগে প্ৰস্তুত কৰা 'অটোৰিক্সা চলাও আমি দুয়ো ভাই' গীতটোত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে । খুব সম্ভৱত এইটোৱে আছিল দুই ভাতৃ কণ্ঠশিল্পীয়ে দ্বৈত কণ্ঠ নিগৰোৱা সৰ্বাধিক জনপ্ৰিয় গীত ।

Assam Illegal Immigrants: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত নাগৰিকত্ব আইনৰ ধাৰা 6A ৰ বৈধতাৰ শুনানি পিছুৱালে ৫ ডিচেম্বৰলৈ

Supreme Court on Citizenship Acts Section 6A: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত নাগৰিকত্ব আইনৰ ধাৰা 6Aৰ বৈধতা সম্পৰ্কীয় গোচৰৰ শুনানি স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে । অহা ৫ ডিচেম্বৰৰ পৰাহে আৰম্ভ হ’ব ইয়াৰ শুনানি ।

First housekeeper of Bhupen Hazarika: ভূপেনদাৰ কুঠৰীৰ আপোন ঘৰখনৰ প্ৰথম ঘৰচোৱা নবৰ আলী, আজিও উৎফুল্লিত হৈ পৰে ভূপেনদাক সোঁৱৰি

১৯৭২ চনত ভূপেনদাৰ কুঠৰীৰ ঘৰটো তেখেতৰ সুহৃদ শশী ফুকনৰ তত্বাৱধানত নিৰ্মাণৰ পাছত নবৰ আলিক ভূপেনদাই ঘৰটো চোৱা-চিতাৰ দায়িত্ব দি ক'লে – 'তুমি মোৰ সৰু ভাই। ঘৰ চাবা, মাটি চাবা। এইয়া তোমাৰেই সম্পত্তি।' মাহিলি চাৰিশ বিশ টকাৰে এনেদৰেই হৈছিল বন্দোবস্তি (First housekeeper of Bhupen Hazarika) ।

Emergency alert messages: জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰে হঠাৎ আপোনাৰ মোবাইল ফোনটো বাজি উঠিছে নেকি ?

এটা জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰ মেচেজেৰে(emergency alert messages) হঠাৎ আপোনাৰ ফোনটো বাজি উঠিছে নেকি ? বাজাৰৰ দৰে এটা শব্দৰে এই জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰ এই মেচেজটো আপোনাৰ মবাইললৈকো আহিছে নেকি?